October 17, 2024 11:34 AM

views 23

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত গ্ৰন্থ উৎসৱৰ আজিৰ কাৰ্যসূচীত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত অসম প্ৰকৃতি আৰু ঐতিহ্যদ্যুতি শীৰ্ষক বক্তৃতানুষ্ঠান

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত ১০-দিনীয়াকৈ আয়োজিত গ্ৰন্থ উৎসৱৰ আজিৰ কাৰ্যসূচীত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত অসম প্ৰকৃতি আৰু ঐতিহ্যদ্যুতি শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি দিনৰ ১১ বজাত আয়োজিত এই অনুষ্ঠানত আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ইন্দ্ৰকমল ফুকনে বক্তৃতা আগবঢ়াব। গ্রন্থমেলা উপলক্ষে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কালিৰ অনুষ্ঠানত অন্যান্য কাৰ্যসূচীৰ লগতে জীৱনৰ লক্ষ্য আৰু অৰ্থ বি...