February 9, 2025 7:26 PM February 9, 2025 7:26 PM

views 5

শিৱসাগৰৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বার্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ সামৰণি

শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত কালিৰে পৰা অনুষ্ঠিত বার্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ আজি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰ‍ উপলক্ষে কালি জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৰবি ডেকা হাজৰিকাই মুখ্য বক্তা হিচাপে অংশ লৈ দিয়া ভাষণত আজানপীৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্বল নিদৰ্শন বুলি উল্লেখ কৰে। গড...