November 8, 2025 12:32 PM

views 115

গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু সতী ৰাধিকা উদ্যান উদ্বোধন কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি সন্ধিয়া উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে'টৱে অব্ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৬৩২ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প দুটা নিৰ্মাণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সুৰক্ষা, বহনক্ষমতা আৰু সুচল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি অভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা গে’টৱে অব্ গুৱাহাটী হৈছে সকলো বতৰতে কাৰ্যক্ষম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ভা...