November 23, 2025 8:48 PM

views 41

সমাজ সেৱক তথা দেশৰ স্বাধীনতা আন্দোলনৰ সক্রিয় কর্মী সীতানাথ ব্ৰহ্মচৌধুৰীৰ পূণ্য তিথি উপলক্ষে  শ্রদ্ধা নিবেদন

বিশিষ্ট লেখক, কবি, সমাজ সেৱক তথা দেশৰ স্বাধীনতা আন্দোলনৰ সক্রিয় কর্মী সীতানাথ ব্ৰহ্মচৌধুৰীৰ পূণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৮১ আৰু ১৯৮২ চনত অসম সাহিত্য সভাৰ ক্ৰমে তিনিচুকীয়া আৰু ডিফু অধিবেশনত সভাপতি হিচাপে কার্যনির্বাহ কৰা ব্রহ্মচৌধুৰী ১৯৫২ চনত গোৱালপাৰাৰ তেতিয়াৰ গাৰো পাহাৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ সাংসদ হিচাপে নির্বাচিত হৈছিল। কদমকলি, আবেগৰ চকুলো, ফুলেশ্বৰী দৈমাৰী আদি গ্ৰন্থৰে তেওঁ অসমীয়া আৰু বড়ো ভাষা আৰু সাহিত্যলৈ বৰঙণি যোগাই গৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বড়ো তথা অ...