June 11, 2024 8:41 PM

views 7

জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন

মৰিগাঁও জিলাৰ জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপনীত হোৱা তথা মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৃষক সভাৰ আয়োজন কৰা হয়। কৃষক সভাত উপস্থিত থাকি মন্ত্রী পীযুষ হাজৰিকাই নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা ২০২৩ আৰু ২০২৪ প্ৰদান কৰে। ২০২৩ বৰ্ষৰ বাবে বাক্সা জিলাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাং-বান্ধ...