June 10, 2024 11:41 AM

views 22

মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ কাইলৈ ৬৭সংখ্যক প্রতিষ্ঠা দিৱস

মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ কাইলৈ ৬৭সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হ'ব। এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ আৰু ২৪ বৰ্ষৰ সীতাজখলাৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ বাবে নন্দলাল উপাধ্যায় কৃষক বঁটা বাক্সা জিলাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাং-বান্ধ কমিটীক প্ৰদান কৰা হ'ব। ২০২৪ বৰ্ষৰ বাবে লখিমপুৰৰ সান্দহখোৱাৰ লফা গাঁও উন্নয়ন সমিতিক এই বঁটা প্ৰদান কৰা হ'ব। আনহাতে সীতাজখলা দুগ্ধ উৎ...