December 28, 2025 10:43 AM December 28, 2025 10:43 AM
15
বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা অনুসৰি অসমত ১০ লাখ ৫৫ হাজাৰ ১৪০ জন ভোটাৰৰ নাম তালিকাত নতুনকৈ অন্তর্ভুক্ত
ৰাজ্যত কালি প্রকাশিত বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা অনুসৰি ১০ লাখ ৫৫ হাজাৰ ১৪০ জন ভোটাৰৰ নাম তালিকাত নতুনকৈ অন্তর্ভুক্ত হৈছে। আনহাতে ১০ লাখ ৫৬ হাজাৰ ২৯১জন ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ সৰ্বমুঠ ২ কোটি ৫২ লাখ ২৭৭৫ গৰাকী আৰু ডি-ভোটাৰ ৫৩০ ২১ জন। খচৰা তালিকা অনুসৰি ইতিমধ্যে মৃত্যু হোৱাৰ ৪ লাখ ৭৮৯৯২ জন ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। বাসস্থান সলনি কৰা ৫ লাখ ২৩৬৬০ জন ভোটদাতাক চিনাক্ত কৰাৰ লগতে কেইবাটাও স্থানত নাম...