December 13, 2025 11:52 AM
13
৮ খন ৰাজ্যৰ ভোটাৰ তালিকাৰ সংশোধনী পর্যবেক্ষণৰ বাবে বিশেষ ভোটাৰ পৰ্যবেক্ষক নিয়োগ
নির্বাচন আয়োগে দেশৰ মুখ্য ৮ খন ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী পর্যবেক্ষণৰ বাবে বিশেষ ভোটাৰ পৰ্যবেক্ষক নিয়োগ কৰিছে। এই পর্যবেক্ষকসকলক পশ্চিমবংগ, তামিলনাড়ু, উত্তৰপ্ৰদেশ, গুজৰাট, কেৰালা, মধ্যপ্রদেশ, চণ্ডীগড় আৰু ৰাজস্থানত নিয়োগ কৰা হৈছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে পর্যবেক্ষকসকলে ইতিমধ্যে তেওঁলোকৰ কাম আৰম্ভ কৰিছে আৰু ২০২৬ৰ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ নোহোৱা পৰ্যন্ত তেওঁলোকে কাম কৰিব। পর্যবেক্ষকসকলে সংশোধনীৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো নিয়াৰিকৈ আৰু স্বচ্ছভাবে...