December 11, 2025 8:18 PM December 11, 2025 8:18 PM

views 3

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দর্ভত নির্বাচনী আয়োগৰ সংশোধিত সূচী প্রকাশ

দেশৰ ছখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দর্ভত নির্বাচনী আয়োগে সংশোধিত সূচী প্রকাশ কৰিছে। এই তালিকাত তামিলনাড়ু, গুজৰাট, মধ্যপ্রদেশ, চত্তিশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু উত্তৰ প্ৰদেশক সামৰি লোৱা হৈছে। তামিলনাড়ু আৰু গুজৰাটত এই প্রক্রিয়া অহা ১৪ ডিচেম্বৰত সামৰণি পৰিব। একেদৰে মধ্যপ্রদেশ, চত্তিশগড় তথা আন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জত অহা ১৮ ডিচেম্বৰলৈ এই প্রক্রিয়া সমাপ্তিৰ দিন বৃদ্ধি কৰা হৈছে। উত্তৰ প্ৰদেশত অহা ২৬ ডিচেম্বৰ পৰ্যন্ত ইয়াৰ অন্তিম...

December 9, 2025 8:08 PM December 9, 2025 8:08 PM

views 2

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাৰ মাজত ৫০ কোটি ৯৯ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৯ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰ-পত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯ দশমিক ৯-৭ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৫০ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পৰ্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম...