December 8, 2025 7:52 PM December 8, 2025 7:52 PM

views 5

গুৱাহাটীৰ খানাপাৰাত প্রখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান

গুৱাহাটীৰ খানাপাৰাত প্রখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান অনুষ্ঠিত হৈছে। সংগীতানুষ্ঠান উপভোগ কৰিবলৈ খানাপাৰাত ৰাজ্যৰ লগতে চুবুৰীয়া কেইবাখনো ৰাজ্যৰ দৰ্শকে ভিৰ কৰিছে। আমেৰিকান সংগীত শিল্পীগৰাকীক অসমলৈ স্বাগতম জনাই শিল্পীগৰাকীৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে অসমলৈ এনে আন্তর্জাতিক পৰ্যায়ৰ শিল্পী পূৰ্বে অহা নাছিল। শিল্পীগৰাকীৰ অনুষ্ঠান চাবলৈ বহিঃৰাষ্ট্ৰৰ দৰ্শককো আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এনে অনুষ্ঠানে ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াব বুলি আশা প্রকা...