January 21, 2025 9:16 PM

views 14

ছিংগাপুৰৰ ছাত্ৰ-ছাত্ৰীৰ একেৰাহে মোবাইল ফোন চোৱাৰ সময়ৰ ওপৰত কঠোৰ নিয়মাৱলী জাৰি

গ্ৰো ৱেল এছ জি স্বাস্থ্য পদক্ষেপৰ অংশ হিচাপে ছিংগাপুৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ একেৰাহে মোবাইল ফোন চোৱাৰ সময় অর্থাৎ স্ক্ৰীণ টাইমৰ ওপৰত কঠোৰ নিয়মাৱলী জাৰি কৰা হৈছে। ১ ফেব্ৰুৱাৰীৰ পৰা ১৮ মাহৰ তলৰ বয়সৰ শিশুৰ বাবে মোবাইল ফোন চোৱা কাৰ্য নিষিদ্ধ কৰা হৈছে আৰু ১৮ মাহৰ পৰা ছবছৰীয়া শিশুৰ বাবে কেৱল শিক্ষাৰ সৈতে জড়িত কামসমূহৰ বাবেহে মোবাইল ফোন ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই শিক্ষা দান কৰি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা মোবাইল ফোনসমূহ নিজৰ ওচৰত জমা থ’ব লাগিব। বিশ্ৰামৰ ...