September 3, 2025 12:29 PM

views 10

তিনিদনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ছিংগাপুৰৰ প্ৰধানমন্ত্রী লঞ্চে ৱং নতুন দিল্লীত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে তিনিদনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ছিংগাপুৰৰ প্ৰধানমন্ত্রী লঞ্চে ৱং কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰত আদৰণি জনায়। উভয় দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীৱঙে ভ্ৰমণ কালত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুকো সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে শ্ৰীৰঙৰ ভ্ৰমণ সন্দৰ্ভত কয়, যে ভাৰত আৰু ছিংগাপুৰৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত প্ৰধানমন...