December 23, 2025 7:31 PM

views 11

শিলচৰৰ বিলপাৰৰ সিংগিৰখালৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ

শিলচৰত আজি আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিলপাৰৰ সিংগিৰখালৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই এই দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। মুঠ ৪ কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষ এই দলংখন সম্পূর্ণ হ’লে যান-বাহন চলাচলত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব। আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, বিধায়ক দীপায়ন চক্ৰবৰ্তী, কাছাৰৰ আয়ুক্ত মৃদুল যাদৱৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। মন্ত্রী পীযূষ হাজৰিকাই আধাৰশিলা স্থাপন কৰি কয় যে এই গুৰু...