August 25, 2024 11:03 AM

views 43

শিলচৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কামকাজৰ মুখ্যমন্ত্ৰীৰ তদাৰক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা ৫৩৫ খন বিচনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটো অহা বছৰৰ ভিতৰত সম্পূর্ণ হব বুলি আশা প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি মহাবিদ্যালয়খনৰ ভৱনটোৰ নিৰ্মাণৰ কামকাজৰ তদাৰক কৰি এই কথা প্ৰকাশ কৰে। তেওঁ এই ভৱনটোৰ নিৰ্মাণ সম্পূর্ণ হলে মহাবিদ্যালয়খনৰ বিচনাৰ সংখ্যা বৰ্তমানৰ ১৩৫০ খনৰ পৰা ১৮৮৫ খনলৈ বৃদ্ধি পাব বুলি অৱগত কৰে। এই নতুন ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতে পুনৰ এহেজাৰখন বিচনাযুক্ত এখন চিকিৎসালয় নির্মাণ কৰা হ'ব। এই ক্ষেত্ৰত মহাবি...