July 5, 2024 12:40 PM

views 20

২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি

কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত ২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে। অহা ৮ আৰু ৯ আগষ্টত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ই- গভর্নেন্সৰ ২৭ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্র শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে অৱগত কৰিছে।

July 2, 2024 1:12 PM

views 16

শিক্ষা সেতু এপৰ গুণগত মান পৰীক্ষা কৰিবলৈ তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠন

ৰাজ্যৰ বিদ্যালয়, শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ তথ্য সম্বলিত শিক্ষা সেতু এপৰ গুণগত মান পৰীক্ষা কৰিবলৈ চৰকাৰে কালি তিনিজনীয়া বিশেষজ্ঞ সমিতি এখন গঠন কৰিছে। গুৱাহাটী আই আই টিৰ ডীন অধ্যাপক পৰমেশ্বৰ আয়াৰ, গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অব ইনফর্মেছন টেকন'ল'জীৰ সঞ্চালক অধ্যাপক শৰৎ কুমাৰ পাত্ৰ আৰু কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্রযুক্তি বিভাগৰ মুৰববী ড০ হিতেন চৌধুৰীক লৈ এই কমিটিখন গঠন কৰা হৈছে। ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলখনত উল্লেখ কৰে যে, এই বিশেষজ্ঞ কমিটিয়ে শিক্ষা সেতু এপৰ গুণগত মান...

June 5, 2024 12:20 PM

views 19

৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তি কৰিবলৈ সকলো জিলালৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

অহা ৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে সকলো জিলালৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নতুন শিক্ষাবৰ্ষৰ দুটা মাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন চলি থকা কিমান সংখ্যক ছাত্র- ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি ইত্যাদিৰ সুবিধা প্ৰদান কৰিব লাগিব, সেয়া থিৰাং কৰা...