March 21, 2025 10:18 AM March 21, 2025 10:18 AM

views 16

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন হৈছে : মুখ্যমন্ত্রী প্রেম সিং টামাং

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন হৈছে আৰু অঞ্চলটোত উন্নত পথ, ৰে'ল আৰু বিমান যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে বুলি ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাঙে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গেংটকৰ পলজোৰ ষ্টেডিয়ামত আয়োজিত অষ্টম উত্তৰ-পূব যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্ৰীতামাঙে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে স্বীকৃতি প্ৰদান আৰু উন্নতি ২০২৪, ষ্টার্ট আপ ইণ্ডিয়া আৰু ষ্টেণ্ডআপ ইণ্ডিয়াৰ লেখীয়া উদ্যমৰ জৰিয়তে অঞ্চলটোলৈ অহৰহ সহায় সমৰ্থন আগব...

June 10, 2024 7:05 PM June 10, 2024 7:05 PM

views 14

দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে প্রেম সিং টামাঙৰ শপতগ্ৰহণ

ছিকিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা প্রেম সিং টামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰে। তেওঁৰ লগতে ১১ গৰাকী কেবিনেট মন্ত্ৰীয়েও আজি শপত লয় । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীটামাং আৰু তেওঁৰ মন্ত্ৰী সভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত চোনম লামা, অৰুণ কুমাৰ উপেটি, চমদুপ লেপচা, ভিমহাং লিম্বু অন্যতম। গেংটকৰ পালিজোৰ ষ্টেডিয়ামত আজি বিয়লি আয়োজিত শপতগ্রহণ অনুষ্ঠানত বৌদ্ধ ভিক্ষুসকলৰ প্ৰাৰ্থনা, খ্ৰীষ্টধর্...