June 19, 2025 7:38 PM June 19, 2025 7:38 PM
13
ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ছিকল চেল দিৱস পালন
ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ছিকল চেল দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ সংহত কার্যালয় সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ লয়। ভাষণত তেওঁ সকলো শ্ৰেণীৰ লোককে এই ৰোগৰ পৰা বাচিবলৈ পৰীক্ষা কৰিবলৈ আহ্বান জনায়। লগতে জিলা স্বাস্থ্য বিভাগক ছিকল চেল ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। এই অনুষ্ঠানতে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই ৰোগৰ বিষয়ে এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। শ্রীভূমি জিলাৰ সূতাৰক...