August 5, 2025 8:40 PM
16
ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে শিবু চোৰেণৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ শিবু চোৰেণৰ অন্তেষ্টিক্ৰিয়া আজি তেওঁৰ পৈত্ৰিক গাওঁ ৰামগড় জিলাৰ নেম্ৰাত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে সম্পন্ন কৰা হয়। ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰ, কেন্দ্ৰীয মন্ত্ৰী জুৱেল ওৰাম, অন্নপূৰ্ণা দেৱী, সঞ্জয় শেঠ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ সাংসদ সুবোধ কান্ত সাহা, সাংসদ পাপ্পু যাদৱ, অৰ্জুন মুণ্ডা, সুদেশ মাহাতো, লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি অন্তেষ্টিক্ৰ...