ডাউনলোড
মোবাইল এপ

android apple
signal

May 22, 2025 7:12 PM

গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুষ গাৰ্গৰ

শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুষ গাৰ্গে আজি জিলাখনৰ গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ বহিঃবিভাগ, পৰীক্ষাগাৰ, প্ৰসূতি তথা মাতৃ কক্ষ আদিৰ লগতে চিকিৎসালয়খনৰ পৰিচ্ছন্নত...