October 21, 2024 12:04 PM

views 13

শিৱসাগৰৰ অনুষ্ঠিত নৱম গ্ৰন্থমেলাত উৰুলি কাশ্যপৰ দুখন গ্ৰন্থ উন্মোচন

শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কালি অনুষ্ঠিত নৱম গ্ৰন্থমেলাত লেখিকা উৰুলি কাশ্যপৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ডº মাধুৰ্য মণ্ডিত বৰুৱাই সাহিত্য প্ৰাচ্য-প্রতীচ্য আৰু শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে চিঠি এখন লিখিবনে আপুনি শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰে। উল্লেখযোগ্য যে গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক, শিক্ষাবিদৰ লগতে বহুকেইগৰাকী সমল ব্যক্তি উপস্থিত থাকে।