December 21, 2025 11:44 AM

views 48

এটা স্থিতিস্থাপক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত কৃষি খণ্ডৰ বিভিন্ন দিশ সামৰি মন্ত্ৰ্যালয়ে জনসাধাৰণৰ পৰা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দিহা-পৰামৰ্শৰ আহ্বান

বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্রামীণ বিধেয়কখনে কেৱল কৃষক আৰু শ্ৰমিকসকলকে যে উপকৃত কৰিব এনে নহয়, বৰং গাঁওসমূহৰ সকলো দিশৰ উন্নয়নকে ই সংযুক্ত কৰিব। নতুন দিল্লীত কালি অনুষ্ঠিত চৌধুৰী চৰনসিং সন্মান ২০২৫- অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে, এটা স্থিতিস্থাপক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত কৃষি খণ্ডৰ বিভিন্ন দিশ সামৰি মন্ত্ৰ্যালয়ে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শৰ আহ্বান কৰিছে। এই আঁচনি ...

September 4, 2025 8:39 PM

views 31

পঞ্জাৱৰ অমৃতসৰ আৰু গুদাসপুৰ জিলাৰ বানপ্ৰৱন অঞ্চল পৰিদৰ্শন শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে আজি পঞ্জাৱৰ অমৃতসৰ আৰু গুদাসপুৰ জিলাৰ বানপ্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বান প্ৰভাৱিত লোক আৰু খেতিয়কসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শন কালত ৰে'লৱে আৰু খাদ্য সংসাধন উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিটুও উপস্থিত থাকে। অমৃতসৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া দেশ আৰু মানৱতাৰ সেৱাৰ প্ৰয়োজন হয় তেতিয়াই পঞ্জাৱী লোকসকলে সদায়েই আগশাৰীত থিয় দি আহিছে। অথচ পঞ্জাৱ আজি বানৰ ফলত প্রতিকূল পৰিস্থিতিৰ মুখামুখি হৈছে আৰু কেইবা...