June 24, 2025 8:50 PM

views 16

পৰহিলৈৰ পৰা কৃষি উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰৰ কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ

চৰকাৰে কৃষি উৎপাদন বৃদ্ধি কৰিবৰ বাবে অহা বৃহস্পতিবাৰৰ পৰা এটা কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ কৰিবলৈ যো-জা চলাইছে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে মধ্য প্ৰদেশত উৎপাদিত ছয়াবিনেৰে এই প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰা হ'ব। এই প্ৰচাৰ অভিযানত কৃষক, বিজ্ঞানী আৰু কৃষিৰ অংশীদাৰসকলে সমূহীয়াভাৱে আলোচনাত অংশগ্ৰহণ কৰি ছয়াবিনৰ উৎপাদন বৃদ্ধিৰ ওপৰত মতামত আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে। শ্রীচৌহানে লগতে কয়, যে ছয়াবিনৰ পাছতে কপাহ, কুঁহিয়াৰ ...