July 6, 2025 7:12 PM
11
সমগ্ৰ দেশতে জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উদযাপন
সমগ্ৰ দেশতে আজি জনসংঘৰ প্ৰতিষ্ঠাপক তথা মহান দেশপ্রেমীক শ্যামাপ্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে ড০ মুখার্জীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নগাওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্...