July 28, 2025 8:55 PM

views 18

ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্রালয়ৰ বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন

ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্রালয়ে আজি নতুন দিল্লীত এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গুৰু উদ্যোগ ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিৱাস বাৰ্মাই সংবিধান সভাৰ এগৰাকী সদস্য আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ মুখাৰ্জীৰ প্ৰধান ভূমিকা আৰু অৱদান সন্দৰ্ভত আলোকপাত কৰে। ভাৰতৰ ঔদ্যোগিক খণ্ড আৰু প্রতিষ্ঠানগত উন্নয়নৰ বাবে প্ৰয়াত মুখাৰ্জীৰ মৌলিক অৱদান সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়ায়। ড০ মুখার্জীক এগৰাকী...

July 6, 2025 2:17 PM

views 31

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ বছৰীয়া জন্মদিৱস

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ বছৰীয়া জন্মদিৱসত আজি ৰাষ্ট্ৰই তেওঁলৈ শ্রদ্ধাঞ্জলি জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে ড° মুখাৰ্জীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সংবিধান সদনৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ড° মুখাৰ্জীৰ প্ৰতি পুস্পাঞ্জলি অর্পন কৰি সকলোৱে তেওঁৰ অৱদানক স্মৰণ কৰে। ৰে'লৱে আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, দিল্লীৰ মু...

July 6, 2024 5:55 PM

views 15

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, ৬০ শ্যামাপ্রসাদ মুখাৰ্জীয়ে তেওঁৰ বলিষ্ঠ ৰাষ্ট্ৰীয় চিন্তাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল। তেওঁ লগতে কয় যে, মাতৃ ভূমিৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু আত্মত্যাগৰ কথাই সদায় দেশবাসীক অনুপ্ৰাণিত কৰি ৰাখিব। গৃহমন্ত্রী অমিত শ্বাহে কয় যে, যেতিয়াই দেশত একতা আৰু সমন্বয়ৰ আলোচনা কৰা হয় তেতিয়াই ড০ শ্যামাপ...