October 5, 2025 8:52 PM
7
আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ শ্রীয়ান্সী বলিচেটিয়ৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল
আবুধাবিত চলি থকা আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উদীয়মান খেলুৱৈ শ্রীয়ান্সী বলিচেটিয়ে মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্রতিদ্বন্দ্বী তাছনিমক ১...