March 15, 2025 7:46 PM

views 12

দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

অসমৰ বিকাশ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম কৰিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেৰগাঁৱত ১৬৭ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰি এই কথা ঘোষণা কৰে। তেওঁ লগতে ৪২৫ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীশ্বাহে দেৰগাঁৱত এখন বিশাল জনসভাতো ভাষণ দিয়ে। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ...