May 14, 2025 10:12 AM
অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত ৰাষ্ট্ৰজুৰি ‘সৌর্য সন্মান যাত্রা’ শীর্ষক ত্ৰিৰংগা যাত্রাৰ আয়োজন
অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত সশস্ত্র বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি আৰম্ভ হোৱা সৌর্য সন্মান যাত্রা শীর্ষক ত্ৰিৰংগা যাত্রা কালি নতুন দিল্লীত আয়োজন কৰা হয়। কৰ্তব্য পথৰ প...