ডাউনলোড
মোবাইল এপ

android apple
signal

July 13, 2025 1:51 PM

শ্বুটিঙত ক্রীড়াৰ চেম্পিয়ন ভাৰতৰ নীৰু ধান্দাৰ আই এছ এছ এফ বিশ্বকাপৰ ফাইনেললৈ যোগ্যতা অৰ্জন

শ্বুটিঙত ৰাষ্ট্ৰীয় ক্রীড়াৰ চেম্পিয়ন ভাৰতৰ নীৰু ধান্দাই আই এছ এছ এফ বিশ্বকাপৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। কালি ইটালীৰ লনাট'ত অনুষ্ঠিত শ্বটগান ৱৰ্ল্ড কাপৰ চূড়ান্ত পৰ্যায়ত ট্রেপ ইভ...