August 11, 2025 12:35 PM
শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে ৰাজ্যৰ ঐতিহাসিক শিৱ মন্দিৰসমূহত ভক্তিপ্ৰাণ ৰাইজৰ পূজা-অৰ্চনা
■ আজি শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে ৰাজ্যৰ ঐতিহাসিক শিৱ মন্দিৰসমূহৰ লগতে হোজাই জিলাৰ শ্ৰী শ্ৰী লংকেশ্বৰী থানৰ শিৱ মন্দিৰতো ভক্তিপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। শ্ৰী শ্ৰী লংকেশ্বৰী থানৰ ...