May 24, 2025 4:02 PM May 24, 2025 4:02 PM
3
মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই লিলি উৎসৱৰ আজি সামৰণি
উত্তৰ পূবৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই লিলি উৎসৱৰ আজি সামৰণি পৰিব। এই উৎসৱ ২০ মে'ত আৰম্ভ হৈছিল আৰু আজি সন্ধিয়া বক্সি গ্রাউণ্ডত এই উৎসৱৰ সামৰণি পৰিব। ৰাজ্যখনৰ সংস্কৃতিৰ সৈতে ওতঃপ্রোত সমন্ধ থকা চিৰই লিলিৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৫ দিনীয়া উৎসৱৰ আয়োজন কৰা হৈছিল। সামৰণিৰ দিনা আজি বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ উপৰি চিনেমা প্ৰদৰ্শন, ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেল আৰু অন্যান্য কেতবোৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চিৰই লিলি হৈছে মণিপুৰৰ ৰাজ্যিক ফুল। এটা ব্ৰিটিছ দম্পতিয়...