May 4, 2025 11:09 AM
ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ
পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। ভাৰতীয় জাহাজসমূহকো পাকিস্তানী বন্দৰত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা হৈছে। জাহাজ পৰ...