July 31, 2025 1:25 PM

views 28

শ্বিলঙৰ মাওলিং খুং, শিলচৰৰ পঞ্চগ্রাম গ্রীনফিল্ড উচ্চ গতিসম্পন্ন প্ৰস্তাৱিত কৰিড’ৰৰ কাম ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য

কেন্দ্ৰীয় চৰকাৰে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিং খুং আৰু শিলচৰৰ সমীপৰ পঞ্চগ্রাম গ্রীনফিল্ড উচ্চ গতিসম্পন্ন প্ৰস্তাৱিত কৰিড'ৰৰ কাম ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। এই প্ৰকল্পৰ বাবে আনুমানিক ২২ হাজাৰ ৮৬৪ কোটি টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি ৰাজ্যসভাত এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে শ্বিলঙৰ পৰা শিলচৰ সংযোগী এই ঘাইপথ প্ৰকল্পটো হৈছে ১৬৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা চাৰিলেনযুক্ত উচ্চ গতিসম্পন্ন গ্রীনফিল্ড কৰিড'ৰ প্ৰক...