March 26, 2025 1:27 PM
14
শ্বিলঙৰ ৰাজ্যিক অভিৱৰ্তন কেন্দ্ৰত সপ্তম এক্ট-ইষ্ট বাণিজ্য প্ৰদৰ্শনী
মেঘালয় চৰকাৰে ভাৰতীয় চেম্বাৰ অৱ কমাৰ্চৰ সহযোগত কালিৰে পৰা তিনিদিনীয়াকৈ শ্বিলঙৰ ৰাজ্যিক অভিৱৰ্তন কেন্দ্ৰত সপ্তম এক্ট-ইষ্ট বাণিজ্য প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনীৰ জৰিয়তে প্ৰযুক্তি, কৃষি, নিৰ্মাণ আৰু পৰ্যটনৰ দৰে উল্লেখযোগ্য খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি বি বি আই এন অর্থাৎ বাংলাদেশ-ভূটান-ভাৰত-নেপাল আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰদৰ্শনীত ফিলিপাইনছ, জার্মানী, ইণ্ডোনেছিয়া, কম্বোডিয়া, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, জাপান, ...