February 23, 2025 12:04 PM

views 29

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত ২৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি পূজা আৰু মেলা

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে চি চি টিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা কৰিছে। ২৫ ফেব্ৰুৱাৰীৰ বিয়লি উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, বিধায়ক অখিল গগৈ, সাংসদ গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। ২৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া সাং...