August 12, 2025 12:56 PM

views 32

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সন্দৰ্ভত ৰাহুল গান্ধী আৰু আৰ জে ডিৰ দাবী খাৰিজ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ বিশেষকৈ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী আৰু আৰ জে ডিৰ দাবী খাৰিজ কৰিছে। সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে কৰা তথ্য পৰীক্ষাত নিৰ্বাচনী সংস্থাটোৱে কয় যে বিশুদ্ধ নির্বাচনী তালিকাই গণতন্ত্র শক্তিশালী কৰে। সংস্থাটোৱে এছ আই আৰৰ সৈতে জড়িত সকলো নথিপত্ৰৰ লগতে গননা পৰ্য্যায়ৰ তথ্যও শ্বেয়াৰ কৰিছে। আয়োগে বিহাৰৰ এছ আই আৰ সন্দৰ্ভত দৈনিক বুলেটিনসমূহো শ্বেয়াৰ কৰিছিল। নির্বাচন আয়োগে কয় যে বিহাৰত এছ আই আৰ সম্পৰ্কত নির্বাচকৰ পৰা লাভ কৰা আ...