July 12, 2025 8:50 PM

views 16

নতুন দিল্লীত সুশ্ৰুত জয়ন্তীৰ উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ শল্যকন ২০২৫ৰ আয়োজন

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানে পবিত্র সুশ্ৰুত জয়ন্তীৰ উপলক্ষে কাইলৈৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ শল্যকন ২০২৫ৰ আয়োজন কৰিছে। প্ৰতি বছৰে ১৫ জুলাইত উদযাপন কৰা সুশ্ৰুত জয়ন্তীত অস্ত্ৰোপচাৰৰ পিতৃ কিংবদন্তি আচার্য্য সুশ্ৰুতক স্মৰণ কৰা হয়। এই আলোচনাচক্ৰত সাধাৰণ অস্ত্ৰোপচাৰ, এনোৰেক্টাল অস্ত্ৰোপচাৰ আৰু ইউৰ'চাৰ্জিকেলকে ধৰি বিভিন্ন ধৰনৰ চিকিৎসা প্ৰণালীৰ প্ৰদৰ্শন কৰা হ'ব। আলোচনাচক্ৰৰ প্ৰথম দিনটোত দহটা সাধাৰণ এণ্ডোস্কোপিক লেপাৰোস্কোপিক অস্ত্ৰোপচাৰ কৰা হ'ব। দ্বিতীয় দিনা...