February 10, 2025 12:56 PM

views 13

আকাশবাণীৰ সাপ্তাহিক সংবাদ চলন্তিকা অনুষ্ঠানত কালি গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰথম অংশ প্ৰচাৰ

আকাশবাণী গুৱাহাটী যোগে কালি প্ৰচাৰিত সাপ্তাহিক সংবাদ চলন্তিকা অনুষ্ঠানত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰথম অংশ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত মহানগৰীখনত জীৱন সংগ্ৰাম কৰি থকা একাংশ লোকৰ জীৱনশৈলী তুলি ধৰাৰ প্ৰয়াস কৰা হয়। জীৱিকাৰ বাবে তথাকথিত সৰু সৰু সমলেৰে উপাৰ্জনৰ প্ৰয়াস কৰা এই লোকসকলে মহানগৰীখনক অন্য মাত্ৰা প্ৰদান কৰাই নহয় মহানগৰবাসীৰ দৈনন্দিন জীৱনকো সমৃদ্ধ কৰি আহিছে। এই অনুষ্ঠানত দৈনিক বাতৰিকাকত বিলোৱা ব্যক্তিগৰাকীৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও ব্যক্তিক সামৰি লোৱা হৈছিল। আকা...