September 18, 2025 8:32 PM
11
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা সপ্তাহৰ অংশ হিচাপে স্বাস্থ্য শিবিৰ
সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ১৮ বছৰ তলৰ ল'ৰা-ছোৱালীৰ বাবে বৃহৎ চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত ৫০টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে এই শিবিৰ মুকলি কৰা হৈছে। চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ত আজি আয়োজিত এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। তেওঁ কয়, যে বৃহৎ স্বাস্থ্য শি...