September 30, 2025 8:19 PM

views 35

সেৱা পৰ্বত আজি কেপ্তেইন শুভাংশু শুক্লাৰ ঐতিহাসিক মহাজাগতিক যাত্ৰাই অন্বেষণৰ এটা যুগলৈ ভাৰতবৰ্ষক আগবঢ়াই লৈ যোৱা বিষয়ত আলোকপাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শাসনাধিষ্ঠিত চৰকাৰে সেৱা আৰু সুশাসন মন্ত্ৰৰ আধাৰত পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে নিৰৱিচ্ছিন্ন প্রয়াস চলাই আছে। আজি সেৱা পৰ্বৰ এই বিশেষ শৃংখলাত কিদৰে কেপ্তেইন শুভাংশু শুক্লাই ঐতিহাসিক মহাজাগতিক যাত্ৰাত এটা নতুন গতি প্ৰদান কৰি অন্বেষণৰ এটা যুগলৈ ভাৰতবৰ্ষক আগবঢ়াই লৈ গৈছে- সেই বিষয়ত আলোকপাত কৰা হৈছে । শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহাকাশ যাত্ৰী হিচাপে ইতিহাস ৰচনা কৰাৰ সময়ত ১৪০ কোটি ভাৰতীয়ৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰ...

September 18, 2025 8:45 PM

views 28

সেৱা পৰ্ব’ত আজি মোদী চৰকাৰে কৃষি খণ্ডত কৰা পৰিৱৰ্তনৰ সূচনা আৰু কৃষকসকলৰ সবলীকৰণ সন্দৰ্ভত প্ৰতিবেদন

সেৱা আৰু সু-শাসনৰ মন্ত্ৰৰে পৰিচালিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। সেৱা পৰ্ব প্রতিবেদনলানিত আজি মোদী চৰকাৰে কৃষি খণ্ডত কিদৰে পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু কৃষকসকলক সৱল কৰি তুলিছে সেই বিষয়ত প্রতিবেদন :  কৃষি দেশৰ অৰ্থব্যৱস্থা আৰু সংস্কৃতিৰ ৰাজহাড় স্বৰূপ। দেশৰ এতিয়াও লাখ লাখ পৰিয়ালে কৃষিকে মূল জীৱিকা হিচাপে লৈ বৰ্তি আছে। ভাৰত স্বাধীনতা লাভৰ অমৃত কালত প্ৰৱেশ কৰাৰ সময়ত সৱল খেতিয়কসকলে দেশক খাদ্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ ...

September 17, 2025 12:28 PM

views 19

সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰৰ ১৫ লাখ গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ

সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে ১৫ লাখ গছপুলি ৰোপণ আৰু স্বচ্ছ উৎসৱৰ দৰে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যখনত চৰকাৰে সুস্থ নাৰী সবল পৰিয়াল অভিযান আৰম্ভ কৰিব। এই সময়ছোৱাত ৰাজ্যজুৰি স্বাস্থ্য শিবিৰ আৰু ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব। নগৰ উন্নয়ন বিভাগে স্বচ্ছতাই সেৱা অভিযান ৰূপায়ণ কৰিব। এই কাৰ্যসূচীৰ অধীনত ৰাজহুৱা স্থানসমূহত বিশেষ স্বচ্ছতা অভিযান চলোৱা হ'ব। সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি ৩৪খন ন...