January 16, 2025 8:42 PM

views 13

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আপ-বিজেপি-কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়া, সৌৰভ ভৰদ্বাজ আৰু গোপাল ৰাজৰ লগতে বিজেপিৰ নেতা হৰিষ খুৰানা, মনজিন্দৰ সিং ছিৰছা, আশীষ সুদ আৰু কপিল মিশ্ৰাই নিজ নিজ বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্র দাখিল কৰে ৷ একেদৰে কংগ্ৰেছ প্ৰাৰ্থী সনদ্বীপ দীক্ষিত আৰু আৰিবা খানেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে বহু ...