February 15, 2025 11:34 AM February 15, 2025 11:34 AM

views 4

পাকিস্তানৰ হৰনাইৰ শ্বাহৰাগত বোমা বিস্ফোৰণত ১১জন শ্রমিকৰ মৃত্যু

পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱালি ককৰে কয়, যে পথত স্থাপন কৰা আই ই ডিৰ দ্বাৰা বিস্ফোৰণটো সংঘটিত কৰোৱা হৈছে বুলি সন্দেহ কৰা হৈছে। লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ বালুচিস্তানৰ শ্বাহৰাগ অঞ্চলত ...