September 24, 2025 12:21 PM

views 22

সেৱা আৰু সু-শাসন : পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে

সেৱা আৰু সু-শাসনৰ মন্ত্ৰৰে পৰিচালিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজি আমি কেন্দ্ৰীয় চৰকাৰে কিদৰে ভাৰতৰ অৰ্ধ পৰিবাহী অভিযানৰ জৰিয়তে দেশৰ ভৱিষ্যৎ গঢ় দিছে সেই বিষয়ে চমু প্রতিবেদন আগবঢ়াইছো। অর্থ পৰিবাহী হৈছে আধুনিক ইলেকট্ৰনিকছৰ অপৰিহাৰ্য অংগ, যিয়ে যন্ত্ৰসমূহক কাম কৰাৰ ক্ষেত্ৰত সুপ্ত মগজুৰ দৰে কাম কৰে। ২০২১ চনত ভাৰতৰ অৰ্ধ পৰিবাহী অভিযান চমুকৈ আই এছ এম আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে নিজৰ অৰ্ধ...