October 12, 2025 11:13 AM

views 64

ভাৰতত নৱনিযুক্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ’ গ’ড়ক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰতত নতুনকৈ নিযুক্তিপ্রাপ্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ' গ’ড়ক আদৰণি জনায়। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে নতুন ৰাষ্ট্রদূতগৰাকীৰ কাৰ্যকালত ভাৰত, আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে নতুন দিল্লীত আমেৰিকাৰ ৰাষ্ট্রদূতগৰাকীক সাক্ষাৎ কৰি ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু ইয়াৰ ফলত পৰৱৰ্তী সময়ত আহি পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। ড° জয়শংকৰে সামাজিক মাধ্...