October 12, 2025 11:13 AM
5
ভাৰতত নৱনিযুক্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ’ গ’ড়ক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰতত নতুনকৈ নিযুক্তিপ্রাপ্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ' গ’ড়ক আদৰণি জনায়। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ন...