June 9, 2024 12:54 PM

views 15

ৰাষ্ট্ৰপতি ভৱনত আজি সন্ধিয়া প্রধানমন্ত্রী তথা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক আজি পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া ৭ বাজি ১৫ মিনিটত প্রধানমন্ত্রী তথা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এ-ৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক ...