May 22, 2024 6:53 PM

views 68

আম আদমী পাৰ্টী আৰু দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে বিজেপি ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ‘আপ’ৰ নেতৃত্বৰ অভিযোগ

ভাৰতীয় জনতা পাৰ্টী, আম আদমী পাৰ্টী (আপ) আৰু দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আপৰ নেতৃত্বই অভিযোগ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ভাষণ দি দলটোৰ জ্যেষ্ঠ নেত্ৰী আতিশীয়ে কয় যে, দেশৰ ৰাজধানীত জলসংকট সৃষ্টি কৰাৰ উদ্দেশ্যে বিজেপিয়ে দিল্লীলৈ পানী বোৱাই অনাৰ পথ ৰোধ কৰিছে। হাৰিয়ানা চৰকাৰে যমুনা নৈৰ পানী দিল্লীলৈ বৈ অহাৰ পথ বন্ধ কৰাৰ বিষয়টোক অনুসন্ধানৰ জৰিয়তে প্ৰকাশ পোৱা বুলি নেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে যমুনা নৈৰ জলস্তৰ সম্প্রতি সর্বনিম্ন পর্যায়লৈ হ্ৰা...