December 6, 2024 9:08 PM

views 16

গুৱাহাটীৰ কৰ ভৱনত ছেমি কণ্ডাক্টৰ সন্মিলন

গুৱাহাটীৰ কৰ ভৱনত আজি ছেমি কণ্ডাক্টৰ সন্মিলন অনুষ্ঠিত হয়। এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে অনুষ্ঠিত এই সন্মিলনত দেশ-বিদেশৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্মিলনত ৰাজ্যৰ ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত কৰিব লগা বিভিন্ন ক্ষেত্ৰৰ কামৰ বিষয়ে পর্যালোচনা কৰা হয়। অনুষ্ঠানত উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰা, মুখ্য সচিব ৰবি কোটা আৰু টাটা গ্ৰুপৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকলে জাপান, মালয়েছিয়া, কোৰিয়া আদি দেশৰ ৩৮টা ছেমি কণ্ডাক্টৰ নিৰ্মা...