June 13, 2025 12:31 PM June 13, 2025 12:31 PM
4
ৰাজ্যৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাবৰ্ষৰ দিন সলনিৰ চিন্তা-চৰ্চা শিক্ষা বিভাগৰ
ৰাজ্যৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে শিক্ষাবৰ্ষৰ দিন সলনি কৰিবলৈ চিন্তা-চৰ্চা কৰিছে বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে। পূৰ্বে অসমত জানুৱাৰীত আৰম্ভ হোৱা শিক্ষাবর্ষ কেন্দ্ৰীয় শিক্ষা ব’ৰ্ডৰ নীতি অনুযায়ী এপ্ৰিলৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও শেহতীয়াকৈ ৰাজ্যখনৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ পূৰ্বৰ শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, যে ইতিমধ্য...