July 30, 2025 8:27 PM
অহা ১ আগষ্টৰ পৰা হ’বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি
ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্ম বন্ধৰ পাছত অহা ১ আগষ্টৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহান...