June 11, 2025 11:56 AM
ৰাজ্যত উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ
উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰা হৈছে। এই অনুসৰি বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে ৭ বজাৰ পৰা আৰম্ভ হৈছে। বিদ্যালয়সমূহৰ পৰিদর্শকে কালি এই...